Wednesday 3 August 2016

Lesson 3:How to add widget-widget কেনেকৈ সংল্গন কৰিব?

widget কেনেকৈ সংলগ্ন কৰিব?

ইয়াৰ আগতে widget কি জানো আহক---

অতিকৈ সহজত কলে widget হৈছে আপুনাৰ ব্লগটোৰ লগত সংলগ্ন কিছুমান সহায়ক programming লিপি ৷ যেনে বাওঁফালে থকা ''join me facebook,twitter,goole plus বুটাম কেইটা , subscribe newsletter ইত্যাদি ৷ widget দ্ৱাৰা code সলগ্ন কৰাতো সহজ হৈ পৰে ৷


Lesson 2:How to start a blog in assamese?

কেনেকৈ ব্লগ এখন আৰম্ভ কৰিব?

 Blog এখন আৰম্ভ কৰাৰ আগতে আপুনি আপোনাৰ ভাল লগা বিষয় বাচি লওক ৷

আপুনি আপোনাৰ বিষয় বাচনি কৰোঁতে তলৰ কথা কেইটা মনোযোগ দিয়ক---

1.কোনবোৰ কথা আনক কবলৈ আপোনাৰ ভাল লাগে ৷ যেনে   বোলচবি,সংগীত,খাদ্য় ইত্য়াদি ৷
    কেইজন মান অসমীয়া blogger যদিও তেওঁলোকৰ blog ৰ  ভাষা ইংৰাজী ৷
    
    bkpk.me  -বিষয়--ভ্ৰমন    -------------আশ্ৰয় বৰুৱা
    
    mywritingmyworld.com---বিষয়--দৈনন্দিন জীৱন-----------পুস্পান্জলী দত্ত

    blogete.com---বিষয়--ব্লগ----------------লখ্য়জ্য়োতি

    techreloaded.net---বিষয়--টেকনলজি---------------মনোজ তালুকদাৰ


2. আপোনাৰ মনৰ পচন্দৰ ব্লগিং ৱেবছাইত বাচনি কৰক  ৷  কেইখন মান ব্লগিংৰ ৱেবছাইত যত আপুনি সহজ ভাবে সম্পুৰ্ণ বিনামুল্য়ে আৰম্ভ কৰিব পাৰিব ৷



Lesson 1:what is blog- ব্লগ মানে কি?

ব্লগ মানে কি?

blog (a truncation of the expression weblog) is a discussion or informational site published on the World Wide Web consisting of discrete entries ("posts") typically displayed in reverse chronological order (the most recent post appears first). Until 2009, blogs were usually the work of a single individual, occasionally of a small group, and often covered a single subject. More recently, "multi-author blogs" (MABs) have developed, with posts written by large numbers of authors and professionally edited. MABs from newspapers, other media outlets, universitiesthink tanksadvocacy groups, and similar institutions account for an increasing quantity of blog traffic. The rise of Twitter and other "microblogging" systems helps integrate MABs and single-author blogs into societal newstreams. Blog can also be used as a verb, meaning to maintain or add content to a blog.

source:wikipedia

অসমীয়াত যদি সহজ ভাবে কওঁ ব্লগ হৈছ এখন 
ৱেবছাইত যত কোনো এটা বিষয়ৰ ওপৰত লিখা হয় ৷