কেনেকৈ ব্লগ এখন আৰম্ভ কৰিব?
Blog এখন আৰম্ভ কৰাৰ আগতে আপুনি আপোনাৰ ভাল লগা বিষয় বাচি লওক ৷
আপুনি আপোনাৰ বিষয় বাচনি কৰোঁতে তলৰ কথা কেইটা মনোযোগ দিয়ক---
1.কোনবোৰ কথা আনক কবলৈ আপোনাৰ ভাল লাগে ৷ যেনে বোলচবি,সংগীত,খাদ্য় ইত্য়াদি ৷
কেইজন মান অসমীয়া blogger যদিও তেওঁলোকৰ blog ৰ ভাষা ইংৰাজী ৷
bkpk.me -বিষয়--ভ্ৰমন -------------আশ্ৰয় বৰুৱা
mywritingmyworld.com---বিষয়--দৈনন্দিন জীৱন-----------পুস্পান্জলী দত্ত
blogete.com---বিষয়--ব্লগ----------------লখ্য়জ্য়োতি
techreloaded.net---বিষয়--টেকনলজি---------------মনোজ তালুকদাৰ
2. আপোনাৰ মনৰ পচন্দৰ ব্লগিং ৱেবছাইত বাচনি কৰক ৷ কেইখন মান ব্লগিংৰ ৱেবছাইত যত আপুনি সহজ ভাবে সম্পুৰ্ণ বিনামুল্য়ে আৰম্ভ কৰিব পাৰিব ৷
No comments:
Post a Comment