widget কেনেকৈ সংলগ্ন কৰিব?
ইয়াৰ আগতে widget কি জানো আহক---
অতিকৈ সহজত কলে widget হৈছে আপুনাৰ ব্লগটোৰ লগত সংলগ্ন কিছুমান সহায়ক programming লিপি ৷ যেনে বাওঁফালে থকা ''join me facebook,twitter,goole plus বুটাম কেইটা , subscribe newsletter ইত্যাদি ৷ widget দ্ৱাৰা code সলগ্ন কৰাতো সহজ হৈ পৰে ৷
No comments:
Post a Comment